Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “নাগালেণ্ডৰ মোৰ ভগ্নী আৰু ভাতৃসকললৈ তেওঁলোকৰ ৰাজ্যপ্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। সাহসিকতা আৰু কৰুণাৰ বাবে নাগালেণ্ডৰ লোকসকল সৰ্বজনবিদিত। তেওঁলোকৰ সংস্কৃতি অতুলনীয় আৰু ভাৰতৰ প্ৰগতিলৈ সেয়াই তেওঁলোকৰ অৱদান। নাগালেণ্ডৰ অবিৰাম উন্নয়ন কামনা কৰিলো।”

***

DS/SH/SB