প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাইজেৰিয়াৰ মাৰাঠী সম্প্ৰদায়ক তেওঁলোকৰ সংস্কৃতি আৰু শিপাৰ সৈতে সম্পৰ্কিত হৈ থকাৰ বাবে প্ৰশংসা কৰে, সম্প্ৰদায়টোৱে মাৰাঠী ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰাত আনন্দ প্ৰকাশ কৰাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অভিমত প্ৰকাশ কৰিছিল।
‘এক্স’ত কৰা এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
“নাইজেৰিয়াত মাৰাঠী সম্প্ৰদায়ে মাৰাঠীক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা দিয়াত আনন্দ প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁলোকৰ সংস্কৃতি আৰু শিপাৰ সৈতে সম্পৰ্কিত হৈ থকা কথাটো সঁচাকৈয়ে প্ৰশংসনীয়।”
In Nigeria, the Marathi community expressed joy at Marathi being conferred the status of a Classical Language. It is truly commendable how they remain connected to their culture and roots. pic.twitter.com/hVDVykAGi2
— Narendra Modi (@narendramodi) November 16, 2024
***
MJPS/SR/KB