প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো দ্ৰোণ দিদি আঁচনিৰ গুৰুত্ব স্বীকাৰ কৰি কয় যে এই আঁচনিয়ে মহিলাসকলক তেওঁলোকৰ স্থানীয় কৃষি যোগান শৃংখলা আৰু গ্ৰাম্য সমৃদ্ধিৰ অবিচ্ছেদ্য অংশীদাৰ হোৱাত সহায় কৰে।
কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰবন্ধ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী@mansukhmandviya-ই লিখিছে, কিদৰে নমো ড্ৰোন দিদি আঁচনিয়ে মহিলাসকলক তেওঁলোকৰ স্থানীয় কৃষি যোগান শৃংখলা আৰু গ্ৰাম্য সমৃদ্ধিৰ অবিচ্ছেদ্য অংশীদাৰ হোৱাত সহায় কৰাৰ উদ্দেশ্য হাতত লৈছে।”
Union Minister Shri @mansukhmandviya writes how NAMO Drone Didi scheme is aimed at helping women become integral stakeholders of their local farming supply chains and rural prosperity. https://t.co/FKDd2Z7Udt
— PMO India (@PMOIndia) December 11, 2023
****************
DS/ST/KG