নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে কয় যে গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলগত মনোভাৱ শক্তিশালী কৰি তোলাৰ বাবে এইখন হৈছে এক আশ্চৰ্যকৰ মঞ্চ।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“মুখ্য সচিবসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিছো। গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰা আৰু ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলগত মনোভাৱ শক্তিশালী কৰাৰ বাবে এইখন হৈছে এক আশ্চৰ্যকৰ মঞ্চ।”
***
DS/ST/KB
Attending the conference of Chief Secretaries. This is a wonderful forum to exchange views on important policy related subjects and to strengthen team spirit to take India to newer heights. pic.twitter.com/87ErcNoDlT
— Narendra Modi (@narendramodi) January 6, 2023