Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দ্বৈত কৰ পৰিহাৰ আৰু ৰাজহ ফাঁকি প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত আৰু কাট্ট্ৰাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দ্বৈত কৰ পৰিহাৰ আৰু আয়ৰ ওপৰত আৰোপ কৰা কৰৰ বিপৰীতে সংগৃহীত ৰাজহ ফাঁকি প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত আৰু কাট্টাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে।

১৯৯৯ চনৰ ৭ এপ্ৰিলত কাট্ৰাৰৰ সৈতে দ্বৈত কৰ পৰিহাৰ চুক্তি(ডিটিএএ)খন স্বাক্ষৰিত কৰা হৈছিল আৰু ২০০০ চনৰ ১৫ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়। সংশোধিত ডিটিএএৰ জৰিয়তে সামগ্ৰী ক্ৰয়ৰ লাভালাভৰ ব্যৱস্থাৱলীৰ সীমাবদ্ধতা প্ৰতিৰোধ চুক্তি আৰু ভাৰতৰ সৈতে স্বাক্ষৰিত চুক্তিৰ ব্যৱস্থাৰ সৈতে প্ৰাসংগিক অন্যান্য ব্যৱস্থাসহ শেহতীয়া মানসম্পন্ন তথ্যৰ আদান-প্ৰদানৰ আপডেট কৰা হৈছে। সংশোধিত ডিটিএএএৰ ৬নং কাৰ্যৰ অধীনত সংশোধনৰ ন্যূনতম মান পুৰণ কৰাৰ লগতে জি-২০ অ’ইচিডি ভিত্তিক লোকচান তথা লাভ সলনি(বিইপিএছ) প্ৰকল্পৰ ১৪ নং কাৰ্যৰ অধীনত মৈত্ৰী চুক্তি প্ৰক্ৰিয়া সম্পন্ন হ’ব, য’ত ভাৰতে সমানেই অংশগ্ৰহণ কৰে।

****

AKT/VBA/SH/DB