Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণক সাক্ষাত্ কৰে প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণক সাক্ষাত্ কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত, তেওঁ কয়:

“মহামান্য ৰজা মহা ভাজিৰালোংকৰ্ণক সাক্ষাত্ কৰিলোঁ। আমি ভাৰত আৰু থাইলেণ্ডৰ মাজত শক্তিশালী বন্ধুত্ব আৰু ইয়াক কেনেদৰে আৰু অধিক শক্তিশালী কৰিব পাৰি সেই বিষয়ে কথা পাতিছিলোঁ।”

 

 

***

MJPS/SR/KB