প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুৱল্লুৱৰ দিৱসত মহান তামিল দাৰ্শনিক, কবি আৰু চিন্তাবিদ তিৰুৱল্লুৱৰক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে মহান তিৰুৱল্লুৱৰৰ শ্লোকবোৰত তামিল সংস্কৃতিৰ সাৰমৰ্ম আৰু আমাৰ দাৰ্শনিক ঐতিহ্য প্ৰতিফলিত হৈছে। শ্ৰী মোদীয়ে কয় “তেওঁৰ কালজয়ী ৰচনা তিৰুক্কুৰালে প্ৰেৰণাৰ পোহৰ হিচাপে স্থান লৈ আছে, যি বিভিন্ন বিষয়ত গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।“
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“তিৰুৱল্লুৱৰ দিৱসত আমি আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক, কবি আৰু চিন্তাবিদ মহান তিৰুৱল্লুৱৰক স্মৰণ কৰিছো। তেওঁৰ শ্লোকবোৰত তামিল সংস্কৃতিৰ সাৰমৰ্ম আৰু আমাৰ দাৰ্শনিক ঐতিহ্য প্ৰতিফলিত হয়। তেওঁৰ শিক্ষাত ধাৰ্মিকতা, সহানুভূতি আৰু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ কালজয়ী ৰচনাতিৰুক্কুৰালবিভিন্ন বিষয়ৰ ওপৰত গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰা প্ৰেৰণাৰ পোহৰস্বৰূপ। আমি আমাৰ সমাজৰ বাবে তেওঁৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি যাম।”
On Thiruvalluvar Day, we remember one of our land’s greatest philosophers, poets, and thinkers, the great Thiruvalluvar. His verses reflect the essence of Tamil culture and our philosophical heritage. His teachings emphasize righteousness, compassion, and justice. His timeless…
— Narendra Modi (@narendramodi) January 15, 2025
***
MJPS/VJ/KD

நமது நாட்டின் மிகச்சிறந்த தத்துவஞானிகள், புலவர்கள் மற்றும் சிந்தனையாளர்களில் ஒருவரான திருவள்ளுவரைத் திருவள்ளுவர் தினத்தில் நாம் நினைவுகூர்வோம். அவர் இயற்றிய திருக்குறள் தமிழ் கலாச்சாரம் மற்றும் பாரம்பரியத்தின் சாரத்தைப் பிரதிபலிக்கிறது. அவரது போதனைகள் நீதி, கருணை, நேர்மை…
— Narendra Modi (@narendramodi) January 15, 2025