আজি তামিলনাডুৰ শ্ৰীৰঙানাথ স্বামীমন্দিৰত প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।
মহানকম্বনে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে তেওঁৰ ৰামায়ণ উপহাৰ দিয়া মন্দিৰত তেওঁ কম্বৰামায়ণৰ শ্লোক শুনিছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“শ্ৰীৰংগনাথস্বামীমন্দিৰতপ্ৰাৰ্থনাকৰাৰসুযোগপাইসন্মানিত।এইমন্দিৰৰসৈতেপ্ৰভুশ্ৰীৰামৰসম্পৰ্কদীৰ্ঘদিনীয়া।প্ৰভুশ্ৰীৰামেওযিঈশ্বৰকপূজাকৰিছিল, তেওঁৰদ্বাৰাআশীৰ্বাদপাইমইধন্যঅনুভৱকৰিছো।”
প্ৰধানমন্ত্ৰীয়েমন্দিৰতকম্বৰামায়ণৰপদোশুনিছিল।”শ্ৰীৰংগনাথস্বামীমন্দিৰতকম্বৰামায়ণৰপদশুনাটোএটাঅভিজ্ঞতাযিটোমইগোটেইজীৱনলালন-পালনকৰিম।এইটোৱেইযেমহানকম্বনেপ্ৰথমবাৰৰবাবেৰাজহুৱাভাৱেৰামায়ণউপস্থাপনকৰামন্দিৰটোৱেইইয়াকঅধিকউল্লেখযোগ্যকৰিতুলিছে।”
***
DS/RT
Honoured to have got the opportunity to pray at the Sri Ranganathaswamy Temple. Prabhu Sri Ram’s connection with this Temple is long-standing. I feel blessed to have been blessed by the God whom Prabhu Sri Ram also worshipped. pic.twitter.com/0dLqTW3FeR
— Narendra Modi (@narendramodi) January 20, 2024
Listening to verses of the Kamba Ramayan at the Sri Ranganathaswamy Temple is an experience I will cherish for my entire life. The fact that this is the very Temple where the great Kamban first publically presented his Ramayan makes it more noteworthy. pic.twitter.com/4Flcq5FlsH
— Narendra Modi (@narendramodi) January 20, 2024