প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“আমাৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ গভীৰ জ্ঞান আৰু অটল নেতৃত্ব অতি গৌৰৱৰ বিষয়। গণতন্ত্ৰ আৰু ঐক্যৰ চেম্পিয়ন হিচাপে তেওঁৰ প্ৰচেষ্টাই প্ৰতিটো প্ৰজন্মত অনুৰণিত হৈ আহিছে। জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷”
Dr. Rajendra Prasad’s profound wisdom and steadfast leadership during pivotal moments in our history are a source of great pride. His endeavours as a champion of democracy and unity continue to resonate across generations. Tributes to him on his birth anniversary.
— Narendra Modi (@narendramodi) December 3, 2023
***
Dhiraj Singh / Siddhant Tiwari/DB