Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড০ দেৱীসিং শ্বেখাৱটৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱীসিং পাটিলৰ স্বামী ড০ দেৱীসিং  শ্বেখাৱটৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে এক শোকবাৰ্তাত কয়,

ড০ দেৱীসিং শ্বেখাৱট জীৰ বিয়োগত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱীসিং পাটিল জীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁ নিজৰ বিভিন্ন সমাজ সেৱাৰ প্ৰচেষ্টাৰ জৰিয়তে সমাজত পৰিচয় গঢ়ি তুলিছিল৷ ঔম শান্তি৷”

******

DS/ST/DB