প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱীসিং পাটিলৰ স্বামী ড০ দেৱীসিং শ্বেখাৱটৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে এক শোকবাৰ্তাত কয়,
“ড০ দেৱীসিং শ্বেখাৱট জীৰ বিয়োগত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱীসিং পাটিল জীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁ নিজৰ বিভিন্ন সমাজ সেৱাৰ প্ৰচেষ্টাৰ জৰিয়তে সমাজত পৰিচয় গঢ়ি তুলিছিল৷ ঔম শান্তি৷”
******
DS/ST/DB
My thoughts are with our former President Smt. Pratibha Patil Ji and her family on the passing away of Dr. Devisingh Shekhawat Ji. He made a mark on society through his various community service efforts. Om Shanti.
— Narendra Modi (@narendramodi) February 24, 2023