Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডিয়েগ’ মাৰাডোনাৰ বিয়োগত প্রধানমন্ত্রীৰ শো


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ডিয়েগ মাৰাডোনাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷

এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “ডিয়েগ মাৰাডোনা আছিল ফুটবলৰ ৰচয়িতা, যিজনে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। খেলুৱৈ জীৱনত তেওঁ আমা খেলৰ কেতবোৰ বিশেষ মুহূর্ত উপহাৰ দিছিল৷ তেওঁৰ অকাল বিয়োগত মই মৰ্মাহত হৈছো৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷”

***

DS/SH/DB