প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এআই, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনত ব্যাপক গুৰুত্ব প্ৰদানেৰে ভাৰতে ইয়াৰ ডিজিটেল ভৱিষ্যত গঢ় দিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা প্ৰৱন্ধ সকলোকে পঢ়িবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক্স হেণ্ডেলত কয়ঃ
“ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই), এআই, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিকছ সামগ্ৰী উৎপাদনৰ ওপৰত ব্যাপক গুৰুত্ব প্ৰদান কৰি ভাৰতে কেনেকৈ ডিজিটেল ভৱিষ্যত গঢ় দিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @AshwiniVaishnaw -এ বিশদভাৱে লিখিছে। পঢ়ক!”
Union Minister Shri @AshwiniVaishnaw elaborates on how India is shaping its digital future with a strong focus on Digital Public Infrastructure (DPI), AI, semiconductor and electronics manufacturing. Do read! pic.twitter.com/wR7Va4n1ib
— PMO India (@PMOIndia) March 6, 2025
***
MJPS/SR/DB