Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডিজিটেল লাইব্ৰেৰী জ্ঞান কেন্দ্ৰই প্ৰতিযোগিতামূলক পৰীক্ষাত শিশুসকলক যথেষ্ট উপকৃত কৰিব: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ডিজিটেল লাইব্ৰেৰী জ্ঞান কেন্দ্ৰই প্ৰতিযোগিতামূলক পৰীক্ষাত শিশুসকলক যথেষ্ট উপকৃত কৰিব।

জয়পুৰ ৰুৰেলৰ সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“এই পদক্ষেপে প্ৰতিযোগিতামূলক পৰীক্ষাত শিশুসকলক যথেষ্ট উপকৃত কৰিব।”

***

DS/TS/MS