Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঠেৱৰ জয়ন্তী উপলক্ষে পশুম্পন মুথুৰামলিংগ ঠেৱৰৰ অৱদান সুঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঠেৱৰ জয়ন্তী উপলক্ষে মহান পশুম্পন মুথুৰামলিংগ ঠেৱৰৰ বহুমূলীয়া অৱদানৰ স্মৰণ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ঠেৱৰ জয়ন্তী উপলক্ষে মই পশুম্পন মুথুৰামলিংগ ঠেৱৰৰ বহুমূলীয়া অৱদানৰ স্মৰণ কৰিছো৷ অতি সাহসী আৰু দয়ালু ব্যক্তিজনে তেওঁ সম্পূৰ্ণ জীৱন ৰাইজৰ কল্যান আৰু সামাজিক ন্যায়ৰ প্ৰতি সমৰ্পন কৰিছিল৷ তেওঁ কৃষক আৰু শ্ৰমিকসকলৰ কল্যানৰ হকে বিভিন্ন প্ৰচেষ্টা হাতত লৈছিল৷”