প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিপি আৰু আইজিপিৰ এক সন্মিলনৰ বাবে মধ্য প্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমীত উপস্থিত হয়৷
সন্মিলনত নিৰাপত্তা বিষয়ক দৰকাৰী আলোচনাৰ লগতে বিভিন্ন প্ৰেজেণ্টেচন দাঙি ধৰা হয়৷ বিগত তিনিবছৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কিধৰণে ৰূপায়ন কৰা হৈছে, সেই সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰেজেণ্টেচনো ইয়াত উপস্থাপন কৰা হয়৷
আহাৰ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কেইগৰাকীমান নিৰ্বাচিত বিষয়াৰ সৈতে নিৰাপত্তা আৰু আৰক্ষী বিষয়ক নিৰ্দিষ্ট দিশক লৈ আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ ৯ ঘণ্টাৰো অধিক সময় ধৰি চলে৷
ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে এখন ফলক মুকলি কৰি বিএছএফ একাডেমীৰ ৫টা নতুন গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
আলোচনাপৰ্ব কাইলৈকে অব্যাহত থাকিব৷ প্ৰধানমন্ত্ৰীয়ে দিল্লী উভতাৰ পূৰ্বে এই সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিব৷
*****
AKT/SH/MS
Reached Madhya Pradesh. Will join the Annual Conference of DGPs and IGPs at the BSF Academy, Tekanpur. Top police officials from all over India will attend this two day conference in which key security issues will be discussed. pic.twitter.com/yH9pAEk6S9
— Narendra Modi (@narendramodi) January 7, 2018
At the Conference of DGPs and IGPs in Tekanpur, Madhya Pradesh, there were insightful presentations and fruitful discussions on aspects relating to our security apparatus. There was also a presentation on the implementation status of decisions taken during the last three years.
— Narendra Modi (@narendramodi) January 7, 2018
Had focussed discussions with groups of officers on specific areas of policing and security. I also inaugurated five new buildings at the BSF Academy. https://t.co/FSZ7ATD3U9 pic.twitter.com/wqVeEi44Ep
— Narendra Modi (@narendramodi) January 7, 2018