Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জয়ন্তী উপলক্ষে থিৰু কে. কামাৰাজৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়ন্তী উপলক্ষে থিৰু কে. কামাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“জয়ন্তী উপলক্ষে থিৰু কে. কামাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ এগৰাকী ৰাষ্ট্ৰনেতা, যিগৰাকীয়ে তেওঁৰ জীৱনটো ভাৰতৰ উন্নয়নৰ প্ৰতি সমৰ্পিত কৰিছিল, সামাজিক সবলীকৰণত তেওঁ প্ৰদান কৰা গুৰুত্ব আমাৰ সকলোৰে বাবে পথ প্ৰদৰ্শক৷ দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু ৰাইজৰ কল্যানৰ প্ৰতি তেওঁৰ সপোন পুৰণ কৰাৰ আমাৰ প্ৰতিশ্ৰুতি দোঁহাৰিলো৷”