Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জেষ্ঠ অষ্টমী উপলক্ষে কাশ্মীৰী পণ্ডিতসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেষ্ঠ অষ্টমী উপলক্ষে কাশ্মীৰী পণ্ডিত সমূদায়ক শুভেচ্ছা জনাইছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জেষ্ঠ অষ্টমীৰ এই পবিত্ৰ তিথি উপলক্ষে বিশেষকৈ কাশ্মীৰী পণ্ডিত সমূদায়ক শুভেচ্ছা জনাইছো৷

মাতা ক্ষীৰ ভৱানীৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ, সুস্থ আৰু সমৃদ্ধিৰে ভৰি পৰক৷”

VRRK/SH/DB