Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাৰ্মান চেঞ্চেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্ত

জাৰ্মান চেঞ্চেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্ত


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জার্মানীৰ চেঞ্চেলৰ শ্ৰীযুত অ’লাফ স্ক’লজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ ভাৰত আৰু জার্মানীৰ মাজত ষষ্ঠ দ্বিবার্ষিক আন্তঃচৰকাৰী আলোচনাৰ (আইজিচি) পূৰ্বে এই বৈঠক অনুষ্ঠিত হয়।

এই প্রধানমন্ত্রীক আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়। চেঞ্চেলৰ স্ক’লজে প্ৰধানমন্ত্ৰী মোদীক ফেডাৰেল চেঞ্চেলাৰীত অভ্যর্থনা জনায়৷ ইয়াৰ পাছত দুয়োগৰাকী নেতাই একাধিক বৈঠকৰ লগতে প্রতিনিধি পর্যায়ৰ আলোচনাত মিলিত হয়।

ভাৰত আৰু জার্মানীৰ মাজত সামগ্রিক কৌশলগত অংশীদাৰিত্বৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উন্নয়নৰ আওতাত দ্বিপাক্ষিক সহযোগিতাৰ মূল ক্ষেত্রসমূহক লৈ আলোচনা হয়।

 

***

DS/AK/DB