Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, এগৰাকী মৰমৰ বন্ধু আৰু ভাৰত-জাপানৰ বন্ধুত্বৰ এগৰাকী মহান চেম্পিয়ন শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে মই নিশা টকিঅ’লৈ ৰাওনা হ’ম৷”

“মই সকলো ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্ৰী কিশিদা আৰু শ্ৰীমতী আবেক আন্তৰিক সমবেদনা জনাম৷ আবে ছানে কল্পনা কৰা মতে ভাৰত-জাপানৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আমি কাম কৰি যাম। @kishida230″

 

***

DS/ST/DB