প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ অক্টোবৰ মাহত টকিঅ’ত দাণ্ডিয়া মস্তি ২০২২ত এগৰাকী ব্যক্তিক চিপিআৰ আৰু এইডি প্ৰদান কৰি উদ্ধাৰ কৰাৰ বাবে জাপানৰ জ’ট’ অগ্নিনিৰ্বাপক কেন্দ্ৰৰ দ্বাৰা জাপানত বসবাস কৰা প্ৰৱাসী ভাৰতীয় শ্ৰীমতী দীপালী ঝাভেৰী আৰু শ্ৰী অ’টাক পুৰস্কৃত কৰাক লৈ আনন্দ প্ৰকাশ কৰে৷
ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূতৰ এক টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“এই কথা জানিবলৈ পাই আনন্দিত হৈছো আৰু এইটোৱে এগৰাকী ক্ষতিগ্ৰস্ত ব্যক্তিক সময়মতে সহায় আগবঢ়োৱাৰ গুৰুত্বকে আলোকপাত কৰে৷”
This is gladdening to know, and it underscores the importance of giving timely assistance to any person affected. https://t.co/KjtOvEpoyh
— Narendra Modi (@narendramodi) April 6, 2023
***
DS/SH/DB
This is gladdening to know, and it underscores the importance of giving timely assistance to any person affected. https://t.co/KjtOvEpoyh
— Narendra Modi (@narendramodi) April 6, 2023
本件を喜ばしく思います。そしてこれは、影響を受けた人々が必要としている時に支援を行うことの重要性を強調しています。 https://t.co/KjtOvEpoyh
— Narendra Modi (@narendramodi) April 6, 2023