Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জলগাঁৱৰ দুৰ্ঘটনাত পীড়িতসকলৰ প্ৰতি এককালীন সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ দুৰ্ঘটনাত পীড়িতসকলৰ প্ৰতি এককালীন সাহায্যত অনুমোদন জনাইছে৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰত কয়, “প্ৰধানমন্ত্ৰী @narendramodiয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ ২লাখ আৰু গুৰুতৰভাৱে আহতসকলৰ প্ৰতি ৫০,০০০কৈ এককালীন সাহায্য আগবঢ়াইছে৷”

***

DS/AK/DB