Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জয়ন্তী উপলক্ষে শ্যামজী কৃষ্ণ বাৰ্মালৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“মাতৃভূমিৰ প্ৰকৃত সেৱক শ্যামজী কৃষ্ণ বাৰ্মাক তেওঁৰ জয়ন্তীত কৌটি কৌটি প্ৰণাম জনাইছো৷ তেওঁ স্বাধীনতাৰ যুঁজত যিদৰে নতুন শক্তি যোগোৱাৰ কাম কৰিছিল, সেয়া দেশৰ অমৃতকালৰ যাত্ৰাৰ বাবেও প্ৰেৰণা উৎস হৈ ৰ’ব৷”

***

DS/ST/DB