Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

‘এক্স’-ত প্ৰধানমন্ত্ৰীৰ ‘হেণ্ডেল’-য়ে ‘পোষ্ট’ কৰিছে:

“জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী @OmarAbdullah ই প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।”

***********

MJPS/SR/SKS/KB