প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়ালৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ অকুতোভয়তা আৰু দূৰদৰ্শিতাৰ মূৰ্ত ৰূপ আছিল বুলি শ্ৰী মোদীয়ে কয়।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“জন্ম বাৰ্ষিকীত ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়া ডাঙৰীয়াণীলৈ শ্ৰদ্ধা জনাইছো। তেওঁ অকুতোভয়তা আৰু দূৰদৰ্শিতাৰ মূৰ্ত ৰূপ আছিল। তেওঁ আনৰ সেৱাৰ বাবে জীৱনটোক উৎসৰ্গা কৰিছিল। তেওঁৰ অসামান্য ব্যক্তিত্ব সম্পৰ্কে গত #MannKiBaat কাৰ্য্যক্ৰমত মই ব্যক্ত কৰা অনুভৱ শ্বেয়াৰ কৰিছো।”
***
DS/SH/SB
On her birth anniversary, tributes to Rajmata Vijaya Raje Scindia Ji. She was synonymous with courage and foresight. She devoted her life to serving others. Sharing what I had said during one of the previous #MannKiBaat programmes about her outstanding personality. pic.twitter.com/HTDBGxkSuw
— Narendra Modi (@narendramodi) October 12, 2022