প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ এপিজে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
শ্ৰী মোদীয়ে তেওঁ বিনম্ৰতা আৰু বৈজ্ঞানিক প্ৰতিভাক স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰৰ প্ৰতি ড০ কালামৰ অতুলনীয় অৱদান সদায়েই স্মৰণীয় হৈ ৰ’ব৷
টুইটাৰৰ এক পোষ্টত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়ঃ
“বিনম্ৰ আচৰণ আৰু ব্যতিক্ৰমী বৈজ্ঞানিক প্ৰতিভাৰ বাবে ৰাইজৰ প্ৰিয় হৈ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত কৌটি কোটি প্ৰণাম জনাইছো৷ ৰাষ্ট্ৰৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদান সদায়েই শ্ৰদ্ধাপূৰ্বক স্মৰণীয় হৈ ৰ’ব৷”
अपने विनम्र व्यवहार और विशिष्ट वैज्ञानिक प्रतिभा को लेकर जन-जन के चहेते रहे पूर्व राष्ट्रपति डॉ. एपीजे अब्दुल कलाम जी को उनकी जयंती पर कोटि-कोटि नमन। राष्ट्र निर्माण में उनके अतुलनीय योगदान को सदैव श्रद्धापूर्वक स्मरण किया जाएगा।
— Narendra Modi (@narendramodi) October 15, 2023
***
DS/DB