Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম জয়ন্তীত গেপাল কৃষ্ণ গোখলেলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্


জন্ম জয়ন্তীত গোপাল কৃষণ গোখলেলৈ শ্ৰদ্ধাৰ্ঘ্য জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“মহান গোপাল কৃষ্ণ গোখলেলৈ তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰ্ঘ্য জনাইছো। স্বাধীনতা সংগ্ৰামত তেওঁ আগবঢ়োৱা অৱদান নিতান্তই পাহৰিব নোৱাৰা! গণতান্ত্ৰিক প্ৰমূল্য আৰু সামাজিক সবলিকৰণৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা দায়বদ্ধতাই আমাক অনুপ্ৰাণিত কৰি আহিছে”!

— Narendra Modi (@narendramodi) May 9, 2022

 

***

DS/SH/KB