Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম জয়ন্তীত ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে


 

জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ গ্ৰামীণ জনসাধাৰণৰ সৱলীকৰণৰ প্ৰতি শ্ৰী দেশমুখৰ নিষ্ঠা আৰু সেৱাক স্মৰণ আৰু প্ৰশংসা কৰে।

এক্স-ৰ এটা পোষ্টত তেওঁ কয়:

“ভাৰত ৰত্ন’ নানাজী দেশমুখৰ জন্ম জয়ন্তীত দেশবাসীৰ হৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেশৰ গাওঁবাসী, বিশেষকৈ দুখীয়া সমাজৰ সৱলীকৰণৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱা সদায় স্মৰণীয় হৈ থাকিব। ”

 

 

 

***

MJPS/SR/KB