প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্মজয়ন্তীত তেওঁক এগৰাকী দূৰদৰ্শী নেতা, এজন প্ৰখৰ স্বাধীনতা সংগ্ৰামী আৰু সামাজিক ন্যায়ৰ পুৰোধা হিচাপে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত লিখিছে;
“ড০ ৰাম মনোহৰ লোহিয়াক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰিছোঁ। এগৰাকী দূৰদৰ্শী নেতা, প্ৰখৰ স্বাধীনতা সংগ্ৰামী আৰু সামাজিক ন্যায়ৰ পুৰোধা, তেওঁ দুখীয়া-বঞ্চিতসকলক শক্তিসমৃদ্ধ কৰাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।”
Remembering Dr. Ram Manohar Lohia on his birth anniversary. A visionary leader, fierce freedom fighter and an icon of social justice, he dedicated his life to empowering the underprivileged and building a strong India. pic.twitter.com/zyvsuaKmRv
— Narendra Modi (@narendramodi) March 23, 2025
***
MJPS/ST/KB