প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ) ফাণ্ড ট্রাষ্টে দেশৰ বিভিন্ন জনস্বাস্থ্য প্ৰতিষ্ঠানত ১৬২টা প্ৰেছাৰ ছুইং এডছর্পচন (পিএছএ) মেডিকেল অক্সিজেন উৎপাদন প্লাণ্ট গঢ়ি তোলাৰা বাবে ২০১.৫৮ কোটি টকা আৱণ্টন দিছে৷
এই ব্যৱস্থাপনাৰ ফলত জনস্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি আৰু অধিক সুদৃঢ় হ’ব। চিকিৎসা খণ্ডত কম মূল্যৰ অক্সিজেনৰ যোগান বৃদ্ধি পাব৷ ক’ভিড-১৯ত যিসকল লোক মজলীয়া বা তীব্রভাবে সংক্রমিত হয় তেওঁলোকৰ উপৰি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে নিৰৱচ্ছিন্ন অক্সিজেন সৰবৰাহ কৰাটো এক অতি গুৰুত্বপূর্ণ বিষয়। জনস্বাস্থ্য ব্যৱস্থাপনাত এই অক্সিজেন কনছেনট্রেটৰ প্লাণ্টসমূহ নিৰ্মাণ সম্পূৰ্ণ হ’লে জনস্বাস্থ্য ব্যৱস্থাত অক্সিজেন সংগ্রহ কৰা আৰু মজুত কৰাৰ ক্ষেত্রত অন্যান্য সংস্থাৰ ওপৰত নির্ভৰশীলতা হ্ৰাস পাব৷ ইয়াৰ ফলত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ অক্সিজেনৰ সহজলভ্যতা বৃদ্ধি পাব আৰু ৰোগীসকলে সঠিক সময়ত অক্সিজেনৰ সুবিধা লাভ কৰিব৷
পৰিশিষ্ট-১
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিত বিতৰণ কৰা পিএছএ অক্সিজেন কনছেনট্ৰেটৰ প্লাণ্ট নিম্নোলিখিত ধৰণৰ–
1. |
অসম |
৬ |
2. |
মিজোৰাম |
১ |
3. |
মেঘালয় |
৩ |
4. |
মনিপুৰ |
৩ |
5. |
নাগালেণ্ড |
৩ |
6. |
ছিকিম |
১ |
7. |
ত্ৰিপুৰা |
২ |
8. |
উত্তৰাখণ্ড |
৭ |
9. |
হিমাচলপ্ৰদেশ |
৭ |
10. |
লাক্ষাদ্বীপ |
২ |
11. |
চণ্ডীগড় |
৩ |
12. |
পুডুচেৰী |
৬ |
13. |
দিল্লী |
৮ |
14. |
লাডাখ |
৩ |
15. |
জম্মু আৰু কাশ্মীৰ |
৬ |
16. |
বিহাৰ |
৫ |
17. |
চত্তীশগড় |
৪ |
18. |
মধ্যপ্ৰদেশ |
৮ |
19. |
মহাৰাষ্ট্ৰ |
১০ |
20. |
ওড়িশা |
৭ |
21. |
উত্তৰপ্ৰদেশ |
১৪ |
22. |
পশ্চিমবংগ |
৫ |
23. |
অন্ধ্ৰপ্ৰদেশ |
৫ |
24. |
হাৰিয়ানা |
৬ |
25. |
গোৱা |
২ |
26. |
পাঞ্জাৱ |
৩ |
27. |
ৰাজস্থান |
৪ |
28. |
ঝাৰখণ্ড |
৪ |
29. |
গুজৰাট |
৮ |
30. |
তেলেংগানা |
৫ |
31. |
কেৰালা |
৫ |
32. |
কৰ্ণাটক |
৬ |
|
মুঠ |
১৬২ |
ক্ৰ.নং | ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম | পিএছএ অক্সিজেন কনছেনট্ৰেটৰ প্লাণ্টৰ মুঠ সংখ্যা |
---|
বিঃদ্ৰঃ বাকী ৰাজ্যসমূহে এতিয়াও পিএছএৰ বাবে অনুৰোধ জনোৱা নাই৷
**********
DS/DB