প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বন্দে ভাৰত এক্সপ্ৰেছ গৌৰৱ, আৰাম আৰু সংযোগৰ এক অনবদ্য সমাৰ্থক।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা সন্দৰ্ভত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
“বন্দে ভাৰত এক্সপ্ৰেছ হৈছে গৌৰৱ, আৰাম আৰু সংযোগৰ এক অনবদ্য সমাৰ্থক। ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলিবলগীয়া এই ৰে’লখনে পৰ্যটন, বিশেষকৈ আধ্যাত্মিক পৰ্যটনক লাভান্বিত কৰিব। ই অৰ্থনৈতিক বিকাশো বৃদ্ধি কৰিব।”
Vande Bharat Express is synonymous with pride, comfort and connectivity. The train between Secunderabad and Tirupati will benefit tourism, particularly spiritual tourism. It will also boost economic growth. https://t.co/UTb7vOQLrP
— Narendra Modi (@narendramodi) April 7, 2023
వందే భారత్ ఎక్స్ప్రెస్ ఆత్మగౌరవం, సౌకర్యం, అనుసంధానతలకి పర్యాయపదంగా మారింది. సికింద్రాబాద్, తిరుపతిల మధ్య ప్రవేశపెట్టిన ఈ రైలు పర్యాటకానికి, ముఖ్యంగా ఆధ్యాత్మిక పర్యాటకానికి విశేషప్రయోజనం చేకూరుస్తుంది. ఇది ఆర్థిక వృద్ధిని కూడా ఇనుమడింపజేస్తుంది. https://t.co/UTb7vOQLrP
— Narendra Modi (@narendramodi) April 7, 2023