Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছিলভাছাত একাধিক উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

ছিলভাছাত একাধিক উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

ছিলভাছাত একাধিক উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

ছিলভাছাত একাধিক উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ


মোৰ প্রিয় ভাইভনীসকল,

আজি পুনৰবাৰ প্রধান সেৱক ৰূপে আপোনালোকৰ মাজলৈ আহিছোপূৰ্বেও দমন, দিউ অথবা ইয়াৰ গাওঁসমূহলৈ অহাৰ মোৰ সৌভাগ্য হৈছে। দাদৰা নগৰ হাভেলী আৰু দমনদিউত মোৰ স্কুটাৰ চলাই ঘুৰাৰ সুযোগ হৈছে। ইয়াৰ খাদ্যভাস, ৰীতিনীতি, নাগলিযেতিয়াই আহো, পুৰণি সকলো স্মৃতি সজীৱ হৈ উঠে। আপোনালোকৰ মৰমে মোক অভিভূত কৰিছে।

বন্ধুসকল, ২০১৭ৰ এপ্রিলত আপোনালোকৰ মাজলৈ আহোতে বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিলোমই আনন্দিত যে ইমান কম সময়ৰ ভিতৰত সেইবোৰৰ অধিকাংশৰ কাম সম্পূর্ণ হৈছে আৰু ইয়াৰে কেইবাটাও প্ৰকল্পৰ আজি উদ্বোধন কৰা হৈছে আজি মই ইয়াত প্রায় ১,৪০০ কোটিতকৈও অধিক টকা বিনিয়োগেৰে নির্মিত কেইবাটাও প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছোএই প্রকল্পসমূহে ইয়াৰ যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্য, শিক্ষা, পর্যটন, সংস্কৃতি আৰু ঐতিহ্য সংশ্লিষ্ট। ইয়াৰ উদ্যোগসমূহক উৎসাহ যোগাবলৈ আজি ইয়াত নতুন উদ্যোগ নীতি আৰু নতুন তথ্যপ্রযুক্তি নীতিও আৰম্ভ কৰা হৈছেনতুন বছৰত এই সকলো উপহাৰৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো

ভাইভনীসকল, সবকা সাথ সবকা বিকাশমন্ত্রক লৈ আগুৱাই যোৱা কেন্দ্রীয় চৰকাৰৰ উন্নয়নৰ পঞ্চধাৰাৰ প্রতি সমর্পিত। লৰাছোৱালীৰ পঢ়াশুনা, যুৱ সম্প্রদায়ৰ কর্মসংস্থাপন, বয়স্কলোকৰ ঔষুধ, কৃষকসকলৰ শস্য আৰু প্রত্যেক মানুহৰ অভাৱঅভিযোগ শুনাইত্যাদিবোৰেই আমাৰ উন্নয়নৰ পথ। মই এইটো দেখি অতি আনন্দিত হৈছো যে বিগত পাঁচ বছৰত দমন, দিউ আৰু দাদৰা নগৰ হাভেলীৰ উন্নয়ন নতুন উচ্চতা স্পর্শ কৰিছে। এই দুই অঞ্চলৰ এক নতুন পৰিচয় গঢ়ি উঠিছে। বহুত বিষয়ত এই দুই অঞ্চল সমগ্র দেশতকৈ আগুৱাই গৈছে। ইতিমধ্যে এই দুই অঞ্চলত মুকলি স্থানত শৌচ মুক্ত ঘোষণা কৰিছে। উভয় অঞ্চলত প্রত্যেক নাগৰিকৰ ৰান্নাঘৰৰ এলপিজি সংযোগ আছে। ফলত উভয় অঞ্চলে নিজৰ কেৰাছিন মুক্ত ঘোষণা কৰিছে। প্রত্যেক ঘৰতে বিদ্যুৎ সংযোগ আছে, খোৱা পানীৰ সংযোগো আছেপ্রধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে এই দুই অঞ্চলত যত গৃহহীন দুখীয়া পৰিয়াল আছিল, সকলোৰে বাবে গৃহনির্মাণত অনুমোদন জনাইছে। আজি উভয় অঞ্চলৰ যিসকলে আয়ুষ্মান ভাৰত যোজনাত অন্তর্ভুক্ত হোৱাৰ যোগ্য, প্রত্যেককে গোল্ড কার্ডপ্রদান কৰা হৈছে।

বন্ধুসকল, বিগত তিন বছৰত এই দুই কেন্দ্রশাসিত অঞ্চলৰ উন্নয়নত প্রায় ৯ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। এই টকাৰে বহুত প্রকল্প আৰম্ভ কৰা হৈছে, বহু অসম্পূর্ণ প্রকল্প সম্পূর্ণ কৰা হৈছে। সেই শৃঙ্খলাৰ অন্তর্গত স্বাস্থ্য সংক্রান্তীয় কেতবোৰ প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আজি আপোনালোকৰ এটি পুৰণি দাবী মানি দেশ স্বাধীন হোৱাৰ সাত দশকৰ পাছত আজি দাদৰা, নগৰ হাভেলী, দমন আৰু দিউৱে প্রথম মেডিকেল কলেজ লাভ কৰিছেইমান দিনলৈকে বিভিন্ন ৰাজ্যৰ মেডিকেল কলেজত এই দুই কেন্দ্রশাসিত অঞ্চলেৰ বাবে বছৰি মাত্র ১৫খন আসন আবণ্টন দিয়া হৈছিলআমাৰ ঐকান্তিক প্রচেষ্টাত এতিয়া যে নতুন মেডিকেল কলেজ গঢ়ি তুলিছে, তাত আৰম্ভ কৰিবলৈ প্রতি বছৰে ১৫০ জন পঢুৱাবপাছত এই আসনৰ সংখ্যা আৰু বৃদ্ধি পাব।

 

ভাইভনীসকল, আমি এইটো প্ৰচেষ্টা হাতত লৈছো যাতে অলপো সময় নষ্ট নকৰাকৈ বিকল্পভাৱে বছৰ পৰাই এই মেডিকেল কলেজখন আৰম্ভ কৰিব পৰা যায়। মোক জনোৱা হৈছে যে ছিলভাছাত ২৫০টা পেৰামেডিকেল আৰ ৫০ নাৰ্ছিং আসনৰ ব্যস্থা কৰা হৈছে। এই সকলো প্রচেষ্টাৰ জৰিয়তে এই অঞ্চলৰ নবীন প্রজন্মৰ দক্ষতা উন্নয়নৰ সমান্তৰালভাৱে স্বাস্থ্য সেৱা উন্নত হ উঠিব।

বন্ধুসকল, ২০০ কোটি টকা ব্যয়সাপেক্ষ নির্মীয়মান এই মহাবিদ্যালয়ক বাদ দিও এই অঞ্চল স্বাস্থ্য আৰু আৰোগ্য কেন্দ্রৰ যি নেটর্ক গঢ়ি তোলা হৈছে, সেইবোৰৰ জৰিয়তে সাধাৰণ অসুখবিসুখৰ উন্নত চিকিৎসা ঘৰকাষতে পোৱা যাব। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে আজি ইয়াত এনে ১৮০ট স্বাস্থ্য আৰু আৰোগ্য কেন্দ্রউদ্বোধন কৰা হৈছে।

ভাইভনীসকল, কিছু সময়ৰ পূৰ্বে ইয়াত আয়ুষ্মান ভাৰত, প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ দ্বাৰা উপকৃত লোসকল গল্ড কার্ডপ্রদান কৰা হৈছে। এয়া বিশ্বৰ বৃহত্তম চিকিৎসা সেৱাআঁচনিসমগ্ৰ বিশ্ব উচ্চ প্রশংসিত এই প্রকল্পকে বহুতে মোদী কেয়াৰনাম দিছে। কাৰণ, ইয়াৰ জৰিয়তে দেশ প্রতিদিন প্রায় ১০ হাজাৰ দুখীয়া লোক বিনামূলীয়া চিকিৎসা সুনিশ্চিত হৈছে। ইতিমধ্যে মাত্র ১০০ দিনৰ ভিতৰতে ইয়াৰ জৰিয়তে প্রায় ৭ লাখ দুখীয়া লোকৰ হস্পিটেল চিকিৎসা সম্ভ হৈছে।

বন্ধুসকল, শিক্ষাৰ বিস্তাৰ দিউত এডুকেশন হাবড়ি তুলি স্থানীয় যুযুতীসকলৰ উচ্চশিক্ষা আৰু বিভিন্ন কাৰিকৰী শিক্ষাৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে

ভাইভনীসকল, স্বাস্থ্য আৰু শিক্ষাৰ সমান্তৰালভাৱে ৰকাৰ কোন দুখীয়া মানু গৃহহীন হৈ যাতে নাথাকে, তাৰ প্ৰতিও সৰ্বদা সজাগ হৈ আছেপ্রধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে গাওঁ ৰু চহৰৰ দুখীয়া লোকসকলক বিনামূল্যে পকা ঘৰ নিৰ্মাণ কৰিিয়াৰ বাবে সমগ্ৰ দেশ এক ব্যাপক অভিযান আৰম্ভ কৰা হৈছে। এই প্রকল্পৰ দাদৰা, নগৰ হাভেলি আৰু দমনদিউ বহু গৃহহীন লোকৰ হাত তেওঁলোকৰ বাবে নির্মিত পকা ৰ চাবি আজি তুলিিয়া হৈছে। তদুপৰি, এন আৰ অসংখ্য লোকৰ বাবে গৃহনির্মাণৰ কাজ চলি আছে। অলপ সময়ৰ পূৰ্বে এন নতুন গৃহনির্মাণ আঁচনিআধাৰশিলা স্থাপন কৰা হৈছে। ইয়াভিতৰত দমনৰ ঔদ্যোগিক অঞ্চল কর্মৰত শ্রমিকসকলৰ বাবে নির্মীয়মান গৃহ নিৰ্মাণ প্ৰকল্পছে। আজিিসকলঘৰৰ সপোন সফল হৈছে, আৰ যিসকলৰ গৃহনির্মাণ আৰম্ভ হৈছে তেওঁলোককলোকে বহুত বহুত অভিনন্দন জনাইছো৷

বন্ধুসকল, বিগত চাৰে চাৰি বছৰ দাদৰানগৰ হাভেলিৰ দৰে সৰু অঞ্চল এক হাজাৰতকৈঅধিক চহৰত আবাস গঢ়ি তোলা হৈছে। পূর্বর্তী ৰকাৰ তেওঁলোক পাঁচ বছৰ দেশ গৃহহীনৰ বাবে মাত্র ২৫ ল গৃহনির্মাণ কৰিব পাৰিছিল। আৰমি চাৰে চাৰি বছৰ.২৫ কোটিতকৈঅধিক গৃহনির্মাণ কৰিছঅর্থাৎ এই সংখ্যা পাঁচগুণতকৈ অধিক

ভাইভনীসকল, আমাৰ প্রধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে যিসকলে ঘৰ লাভ কৰিছে, তেওঁলোকে শৌচালয়, খোৱা পানীৰ সংযোগ আৰু উজ্জ্বলা যোজনাৰ জৰিয়তে বিনামূল্যে এলপিজি সংযোগ পাইছেনে বহুত সেৱা দুখীয়া লোকসকল আত্মবিশ্বাস বৃদ্ধিত সহায় ৰিছে। বন্ধুসকল, সাধাৰণ জনতাৰ জীনক সৰল আৰু তেওঁলোকৰ যাতায়াত ব্যস্থাক সুগম কৰিবলৈমগ্ৰ দেশ বহুতো স্মার্ট ব্যস্থা গঢ়ি তোলা হৈছে। ছিলভাছা আৰু দিউ হৰক স্মার্ট চিটী হিচাপেঢ়ি তুলিবলৈ বহুত প্রকল্পৰ কা চলি আছে। ৰাজপথ, গলিপথ,  নিষ্কাষণ ব্যস্থা, খোৱা পানীৰ ব্যৱস্থা আৰু চাফাই সেৱা প্রতিট পৰ্যায়ত কা চলি আছে। কিছু সময়ত পূৰ্বে স্মার্ট চিটীসম্পর্কীয় একাধিক প্রকল্প উদ্বোধন কৰা হছে

বন্ধুসকল, ছিলভাছা এই সমগ্ৰ অঞ্চলৰ আর্থিক গতিবিধিৰ প্রাণকেন্দ্র। ইয়াত বহুত দ্যোগ ছে, ৱিষ্যতেও ইয়াত বহুত দ্যোগ গঢ়ি ঠাৰ সম্ভানা ছে। ছিলভাছা নগৰ নিগমৰ কার্যালয় ভ, নিষ্কাষণ ব্যৱস্থা আৰু ট্রিটমেন্ট প্লাণ্টদৰে সেৱাসমূহে দমনবাসীৰ জীবহু পৰিমাণে উন্নত কৰিব। একেদৰে, মোটি দমন নির্মিত সমুদ্র প্রাচীৰতিয়া আপনালোকৰ সাগৰৰ ঢৌৰ পৰা নিৰাপদ ৰাখিব। বন্ধুসকল, যোৱাবাৰ যেতিয়া ইয়ালৈ আহিছিলো,েতিয়া বহুত আদিবাসী পৰিয়ালক ভূমিৰ পাট্টা বিতৰণ কৰিছিলো, আজিও কেইবাগৰাকী আদিবাসী বন্ধুক ভূমিৰ অধিকাৰ অর্পণৰ  মোৰ সৌভাগ্য হৈছে

ভাইভনীসকল, ভূমিয়েইওঁ, বনজ সম্পদেই হওঁক, পঢ়াশুনা হওঁক, ক্রীড়া প্রতিভা হওঁক, প্রতিট স্তৰ আদিবাসীসকলৰ কল্যাণাৰ্থে ব্যাপক প্রচেষ্টা হাতত লোৱা হৈছে। বন্ধন যোজনাৰ জৰিয়তে বনজাত সামগ্ৰীৰ সকলোতে মূল্য সংযোজনৰ জৰিয়তে সেইবোৰৰ যথাসম্ভ প্রচাৰ আৰু প্রসাৰৰ বাবে সমগ্ৰ দেশ কেন্দ্র গঢ়ি তোলা হৈছে। জংঘলৰ পৰা আদিবাসী ভাইভনীসকলে কষ্ট কৰি যিহোৰ একত্রিত কৰে, তেওঁলোকে যেন সেইবোৰৰ সঠিক মূল্য পা, সেয়া সুনিশ্চিত কৰিবলৈ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰা হৈছে।

বন্ধুসকল, আদিবাসীসকলৰ ৰোজগাৰ বৃদ্ধিৰ সমান্তৰালভাৱে সংস্কৃতিৰ সংৰক্ষণৰ বাবেও সুপৰিকল্পিত প্রচেষ্টা চলোৱা হৈছে। আজিইয়াত ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যপূৰ্ণ একাধিক প্রকল্প আৰম্ভ কৰা হৈছে। সংস্কৃতি কেন্দ্রসমূহ, পুৰণি দুর্গসমূহৰ সংৰক্ষণ, দিউত আইএনএ খুখৰী সম্পর্কীয় স্মাৰক স্থল সংৰক্ষণইবোৰ নিশ্চিতভাবে স্থানীয় সংস্কৃতিৰ সংৰক্ষণ আৰু সেইবোৰৰ প্রচাৰ আৰু প্রসাৰ সফল ব।

বন্ধুসকল, সংস্কৃতি আৰু গৌৰ, ইতিহাসৰ এই স্মাৰক আমাৰ ভানাৰ প্রহৰী হোৱাৰ সমান্তৰালভাৱে নবীনসকলৰ কর্মসংস্থানৰ বহুত সুযোগ গঢ়ি তুলি, পর্যটনক শক্তি যোগায়। দাদৰা আৰু নগৰ হাভেলিত পর্যটন উন্নয়নৰ বহুত সম্ভানা ছে। ৰকাৰ এই অঞ্চলসমূহক পর্যটন মানচিত্র তুলি ধৰাৰ বাবে সকলো প্রচেষ্টা অব্যাহত আছেছিলভাছাত নির্মিত দমন গংগা ৰিভাৰ ফ্রন্টৰ পেন্সনো এই ভানাৰে কা কৰিছে। তিয়া নতুন পর্যটন কেন্দ্র হিচাপে পর্যটকসকল আকর্ষিত কৰিবতদুপৰি, ইয়াত ২০০ বর্গকিলোমিটাৰ সংৰক্ষিত বনাঞ্চল ছে। এই বনাঞ্চল তিয়া পর্যটন উদ্যোৰ বাবে আশীৰ্বাদস্বৰূপিবোৰ খাতৰ পৰা বৰষুণপানী আহি মধুবন বান্ধৰ জলাধাৰ পৰিপূর্ণ হ ঠে সেইবোৰ খাত জল ক্ৰীড়াৰ আয়োজন বৃদ্ধি কৰিব পাৰেদাদৰা আৰু নগৰ হাভেলিৰ ইণ্টাৰনেট সেৱা উন্নত কৰিবলৈ ইয়াৰ প্রধান পর্যটন কেন্দ্রসমূহ আৰু অন্যান্য গুৰুত্বপূর্ণ স্থান ৱাফাই সেৱা প্রদানৰ প্রচেষ্টা চলিছে।

বন্ধুসকল, পর্যটনৰ সৈতে জড়িত পৰম্পৰাগত কর্মসংস্থাৰ উপায় আৰু সম্পদ যোগানক শক্তিশালী কৰা হৈছে। নীল বিপ্ল আঁচনিৰ জৰিয়তে মৎস্যজীৱিসকলৰ আয় বৃদ্ধিৰ বাবে ৰকাৰ কা কৰিছে। মৎস্যজীৱি ভাইভনীসকলৰ মাছ ধৰা আৰু সেই মাছ বজাৰলৈ নিয়াটো সহজ কৰি তুলিবলৈ বিভিন্ন ধৰণৰ প্রচেষ্টা হাতত লোৱা হৈছে।

মাছমৰীয়াৰ পাৰিবাৰিক নৌকাসমূহ সলনি কৰি আধুনিক মটৰবটৰ ব্যৱস্থা কৰাৰ কা কৰি থকা হৈছে। মৎস্য উৎপাদনৰ পৰা বাণিজ্য পর্যন্ত ব্যৱস্থাসমূহ উন্নত কৰাৰ বাবে মাছমৰীয়া সহজ আৰুস্তীয়া ঋণৰ বাবে একটি বিশেষ পূঁজিঢ়ি তোলা হৈছে। এই পূঁজিৰ জৰিয়তে প্রায় চাৰে সাত হাজাৰ কোটি টকাৰ প্ৰদান ব্যৱস্থা কৰা হৈছে।

ভাইভনীসকল, আজি দুখীয়া, আদিবাসী আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে যিমানবোৰ আঁচনি ছে, সেইবোৰৰ মূলতে হৈছে সবকা সাথ সবকা বিকাশ হৈছে আমাৰ প্রেৰণা। অথচ যিটো দল বহুত দশক ধৰি দেশ ৰকাৰ চলাইছিল, তেওঁলোকে প্রত্যেক কা নিজৰ অথবা পৰিয়ালৰ স্বার্থৰে চাইছিলসেবাবে সেইবোৰ কামতকৈ অধিক নামৰ ওপৰ জোৰ দিয়া হৈছিল

বন্ধুসকল, এই পুৰণি ৰকাৰ অভ্যাস আমি পৰির্তন আনিআমি নাম কামক ধি গুৰুত্ব দিছআজি ৰকাৰ আঁচনিসমূহৰ নাম কুৱা হয়? আয়ুষ্মান ভাৰত যোজনা, প্রধানমন্ত্রী আবাস যোজনা, প্রধানমন্ত্রী উজ্জ্বলা যোজনা, প্রধানমন্ত্রী মুদ্রা যোজনা, প্রধানমন্ত্রী জন ধন যোজনা, প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনা। কিন্তু তো মোদীৰ নাম নই। ইয়াৰ পৰাবুজা যায় যে আমাৰ উদ্দেশ্য জনগণৰ উন্নয়ন। আৰ মোৰ বাবেতো ১২৫ কোটি ভাৰতীয়ই মোৰ পৰিয়াল আৰ এই ১২৫ কোটি দেশবাসীৰ কল্যাণই মোৰ বাবে প্ৰকৃত কল্যাণৰ পথ।

ন্ধুসকল, এই স্বচ্ছ দৃষ্টিভংগী আৰু স্পষ্ট নীতি তেওঁলোকে সহ্য কৰিব নোৱাৰেতেওঁলোকৰ সমস্যা হল দুর্নীতিৰ বিৰুদ্ধে ইমানঠোৰ পদক্ষেপ কিয়? ক্ষমতাৰ অলিয়েগলিয়ে ঘুৰি থকা দালালসকলক মোদীয়ে কেনকৈ বাহিৰ কৰি দিছে? দুখীয়া লোকসকলৰ অধিকাৰ হৰণকাৰী, তেওঁলোকৰ ৰে, তেওঁলোকৰ পেন্স, তেওঁলোকৰ ন্যায্য অধিকাৰ হৰণকাৰী দালালসকলক মোদীয়ে কেনেকৈ বাহিৰ কৰি দিছে? য়াকে লৈতিয়া বহুত চিৰশত্রুৱে একেলগে হাত মিলাই মহাজোট গঠন কৰিছে। পূৰ্বে যিসকলে কংগ্রেমুখলৈ চাব নোৱাৰে, তেওঁলোকেওখন মঞ্চত সমবেত হৈছে।

বন্ধুসকল, এই মহাজোট কেৱল মোদীৰ বিৰোধী ন, য়া প্ৰকৃততে দেশৰ জনগণৰ বিৰোধী। এতিয়াও এওঁলোককলোৱে ঠিকভাবে জোলৈ অহা নাই, তেওঁলোকৰ মাজত দৰদাম চলি আছে, লেনদেন চলিছেইয়াৰ দ্বাৰা দেশৰ নবীন প্রজন্ম, কৃষক, মহিলাসকল, যিসকলে প্রথমবাৰলৈ ভোট দিব সেই নবীনসকলে ভালকৈয়ে দেখিছে আৰ কোনোৱে ইয়াচকুত ধূলি দিব নোৱাৰে

বন্ধুসকল, ওঁলোকৰ দিনটো আজিকালি মোদীৰ প্রতি ঘৃণা দিয়ে আৰম্ভ হয় আৰ মোদীকে গালি দিয়ে শেষ হয়। মোৰ বিশ্ব, মোৰ পুৱা, ১২৫ কোটি জনতাৰ কল্যাণৰ সংকল্প লৈ আৰম্ভ হয় আৰমগ্ৰ দিন অক্লান্ত পৰিশ্রম কৰিেতিয়া শুবলৈ যােতিয়ািমান ভাল কা কৰিবি সেইবোৰ ভাবতে ভাবতে শুই যায়তেওঁলোকে নিজৰ পৰিয়াল, ভাইভনীক আগুৱাই দিয়াৰ চিন্তাগুল থাকে আৰ বেচিৱেৰে নিজৰ ইচ্ছাৰ কথা ঘোষণা কৰে, দেশৰ উন্নয়নৰ প্ৰতি কোন চিন্তাই। ভাইভনীসকল, মোৰ চিন্তা ১২৫ কোটি ভাৰতীয়ক আগুৱাই নিয়াৰ ভানা সমাহিত, মই ভাৰতক একবিংশ শতিকাৰ শ্রেষ্ঠ দেশ হিচাপেঢ়ি তুলিব বিচাৰো

ভাইভনীসকল, নিজৰ পৰিয়াল আৰু বিপুল ঐশ্বর্য ৰক্ষা কৰিবলৈ তেওঁলোকেই মহাজোট গঢ়ি নোতোলক কিয়, নিজৰ কৃতকর্মৰ পৰা, কুকর্ম পৰা পলাই সাৰিব নোৱাৰে! মোদী বিৰোধী সংবাদমাধ্যম, তেওঁলোকৰৈতে স্বার্থ জড়িত সংবাদজৰিয়তে তেওঁলোকৰ গুণানুকীর্তন চলিছে। কিন্তু যুগ যুগ ধৰিিসকলে দেশৰ ক্ষতি কৰিহিছে, তেওঁলোকৰ বাবে জনতাৰ মন কোন স্থান নই। যিসকলে জনগণৰ সৈতে বিশ্বাসঘাতকতা কৰে, জনগণ তেওঁলোক ক্ষমা কৰে, ক্ষমতালোভীসকলভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈ থাকে। বৰ্তমান কলকাতা তেওঁলোকৰ সভা হৈছে। পশ্চিমবংগ বিধানসভা বিজেপিৰ এজন মাত্র বিধায়ক। কিন্তু তাতো বিজেপিৰ ভয়মগ্ৰ ভাৰতৰ বিৰোধী নেতাসকল একত্রিত হৈছে। এজন বিধায়কৰ দল তেওঁলোকৰ নিশাটোনিাঢ়ি নিছে। সেবাবে মই পশ্চিমবংগৰ জনসাধাৰণক অভিনন্দন জনাইছো

ভাইভনীসকল, য়া কেৱল তানাছাহী ন, পশ্চিমবংগ, কেৰওঁলোকৰ শাসনাধীন সর্বত্র অন্যায় আৰু অত্যাচাৰ চলিছে। যিসকলে পশ্চিমবংগত অন্যান্য ৰাজনৈতিক দলক সভাসমিতি কৰিবলৈ বাধা প্ৰদান কৰা হয়, গণতন্ত্রৰ গলত টিপা দিয়া হয়, পঞ্চায়ত নির্বাচন বিৰোধী দলৰ প্রার্থী হলে হত্যা কৰিিয়া হয়, সেই ৰাজ্যকলো দুর্নীতিগ্ৰস্ত বিৰোধী একত্রিত হ গণতন্ত্র ৰক্ষাৰ বাবে ভাষণ দিছে

বন্ধুসকল, এই যুঁজ ইতিবাচক আৰ নেতিবাচক ভানাৰ যুঁএই যুঁজ উন্নয়নৰ আৰু দুর্নীতিৰ মাজত যুঁজ, জনগণৰ স্বার্থ বিৰোধী মহাজোটৰ যুঁজভাইভনীসকল, ইতিবাচক ভানাৰ সৈতে সঠিক প্রচেষ্টাই হৈছে নতুন ভাৰতনির্মাণৰ উপায়। এই পথ আমি প্রত্যেকেই দ্রুতগতিতে আগুৱাইাব লাগিবএই ইতিবাচক দিশে নতুন বছৰ দেশৰ চুকেকোনে প্রত্যেকৰ মন আৰু মস্তিষ্ক উৎসাহউদ্দীপনা যোগাইছেদেশক উন্নতিৰ নতুন শিখৰলৈ নিয়াৰ সংকল্প লৈ আমি আগুৱাই গৈছোভাৰতীয় সেনা যেনেকৈ মেক ইন ইণ্ডিয়াৰ জৰিয়তে উপকৃত হয়, দেশ নির্মিত শক্তিশালী টেংক পায় সেয়া সুনিশ্চিত কৰাৰ কথা ভাবি, দমনদিউলৈ হি ইয়াৰ জনতাৰ সুৰক্ষাৰ কথা চিন্তা কৰি, ইয়াৰ নবীন প্রজন্ম যাতে মেডিকেল কলেজঢ়াৰ সুযোগ পায় সেই লক্ষ্যৰে কা কৰিছো

ভাইভনীসকল, ইয়াৰ বিপৰীতে কলকাতা বিৰোধী একত্রিত হ দলক বচোৱাৰ বাবে দেশৰ শাসন ক্ষমতা দখলৰ বাবে আপ্রাণ চেষ্টা চলাইছেআৰ মই আপনালোকৰ মাজলৈ আহি দেশক উন্নয়নৰ পথ আগুৱাই নিয়াৰ চেষ্টা কৰিয়া পার্থক্য বন্ধুসকল! আজি এই ক্ষুদ্ৰ দমদিউাখাখ জনতাই ইয়ালৈ আহি মোকিদৰে আশীর্বাদ দিছে, মৰম দিছেয়াই ভাৰতৰ মেজাজ। এই দমনদিউলোৱে ক্ষুদ্ৰ ভাৰতবুলি কয়৷ ভাৰতৰ প্রত্যেক প্রান্তৰ মানুহে ইয়ালৈ কর্মসূত্রে আহি বসবাস কৰিছে। ইয়ালৈ অহাৰ পথ দুয়ো কাষে ভাৰতৰ প্রত্যেক প্রান্তৰ পোচাক পৰিহিত লোকক দলে দলে অহা দেখি, তেওঁলোকক প্রণাম জনা জনা ইয়াত আহি পাইছোহি

ভাইভনীসকল, দলৰ বাবে আত্মত্যাগ কৰা বহুলোক আছে, কিন্তু আমি দেশৰ বাবে উৎসর্গি, আপনালোকসপোন সফল কৰাৰ প্ৰতি সমর্পিত। এইদৰে বিপুল হাৰত জনতা আহি মোক আশীর্বাদ প্রদানৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। মোৰ সৈতে সম্পূৰ্ণশক্তিৰে কওঁকভাৰত মাতাৰ জয়।

ভাৰত মাতাৰ জয়।

ভাৰত মাতাৰ জয়।

ভাৰত মাতাৰ জয়।

***

অতুল তিৱাৰী/শ্বাহবাজ হছিবি /তাৰা/দিগন্ত