প্ৰতিষ্ঠা দিৱস উপলক্ষে ছিকিমৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ছিকিমৰ নিৰন্তৰ উন্নয়ন কামনা কৰে শ্ৰী মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“ছিকিমৰ মোৰ ভাতৃ-ভগ্নীসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ই এখন অতি সুন্দৰ ৰাজ্য। ব্যতিক্ৰমী প্ৰাকৃতিক সৌন্দৰ্য আৰু কঠোৰ পৰিশ্ৰমী লোকৰ বাবে পৰিচিত এই ৰাজ্যখন। ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ জৈৱিক কৃষিৰ ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কৰিছে। মই ছিকিমৰ নিৰন্তৰ উন্নয়ন কামনা কৰিছোঁ।”
Statehood Day wishes to my sisters and brothers of Sikkim. This is a wonderful state, blessed with exceptional natural beauty and hardworking people. The state has attained immense progress in various areas notably organic farming. I pray for the continuous development of Sikkim.
— Narendra Modi (@narendramodi) May 16, 2023
*****