Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘চুৰাট শাড়ী ৱাকাথন’ক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘চুৰাট পৌৰ নিগম’ আৰু ‘চুৰাট স্মাৰ্ট চিটী ডেভেলপমেণ্ট লিমিটেড’-য়ে যুটীয়াভাৱে আয়োজন কৰা ‘চুৰাট শাড়ী ৱাকাথন’ক প্ৰশংসা কৰিছে।

দৰ্শনা জাৰ্দোশৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“চুৰাট শাড়ী ৱাকাথন’ হৈছে ভাৰতৰ বস্ত্ৰশিল্প পৰম্পৰাক জনপ্ৰিয় কৰাৰ এক প্ৰশংসনীয় প্ৰচেষ্টা।”

***