প্ৰধানমন্ত্ৰী: হয় তেন্তে তুমি আৰ্টিষ্টো?
বিদ্যাৰ্থী: ছাৰ আপোনাৰেই কবিতা।
প্ৰধানমন্ত্ৰী: মোৰেই কবিতা গাবা?
বিদ্যাৰ্থী: অপনে মন মে এক লক্ষ্য লিয়ে, মঞ্জিল অপনী প্ৰত্যক্ষ লিয়ে
হম তোড় ৰহে হে জঞ্জীৰে, হম বদল ৰহে হে তকদীৰে
য়ে নৱয়ুগ হে, য়ে নৱ ভাৰত, হম খুদ লিখেংগে অপনী তকদীৰ
হম বদল ৰহে হে তছবীৰ, খুদ লিখেংগে অপনী তকদীৰ
হম নিকল পড়ে হে প্ৰণ কৰকে, তন-মন অপনা অৰ্পণ কৰকে
জিদ হে, জিদ হে এক সূৰ্য উগানা হে, অম্বৰ সে ঊঁচা জানা হে
এক ভাৰত নয়া বনানা হে, অম্বৰ সে ঊঁচা জানা হে, এক ভাৰত নয়া বনানা হে।
(নিজৰ মনত এটা লক্ষ্য লৈ, গন্তব্যস্থল নিজৰ সমুখত লৈ
আমি ভাঙি আছোঁ শিকলি, আমি সলাই আছোঁ ভাগ্য
এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্য
আমি সলাই আছোঁ ছবি, নিজেই লিখিম নিজৰ ভাগ্য
আমি ওলাই আহিছোঁ প্ৰতিজ্ঞা কৰি, দেহ-মন নিজৰ অৰ্পণ কৰি
জেদ আছে, জেদ আছে এটা সূৰ্য উদয় কৰাম, আকাশতকৈ উচ্চতালৈ যাব লাগিব
এখন ভাৰত নতুন গঢ়িব লাগিব, আকাশতকৈ উচ্চতালৈ যাব লাগিব, এখন ভাৰত নতুন গঢ়িব লাগিব।)
প্ৰধানমন্ত্ৰী: বাহ।
প্ৰধানমন্ত্ৰী: কি নাম?
বিদ্যাৰ্থী: স্পষ্ট নহয়।
প্ৰধানমন্ত্ৰী: বাহ তুমি ঘৰ পাই গ’লা? হৈছে, প্ৰগতি হৈ আছে নতুন ঘৰত, হৈছে বঢ়িয়া।
বিদ্যাৰ্থী: স্পষ্ট নহয়।
প্ৰধানমন্ত্ৰী: বাহ, বঢ়িয়া।
প্ৰধানমন্ত্ৰী: ইউপিআই…
বিদ্যাৰ্থী: হয় ছাৰ, আজি প্ৰতিটো ঘৰত আপোনাৰ বাবে ইউপিআই আছে…
প্ৰধানমন্ত্ৰী: এয়া তুমি নিজেই বনোৱা?
বিদ্যাৰ্থী: হয়।
প্ৰধানমন্ত্ৰী: কি নাম?
বিদ্যাৰ্থী: আৰণা চৌহান।
প্ৰধানমন্ত্ৰী: অঁ
বিদ্যাৰ্থী: ময়ো আপোনাক এটা পয়েম শুনাব খোজোঁ।
প্ৰধানমন্ত্ৰী: পয়েম শুনাব খোজা, শুনোৱা।
বিদ্যাৰ্থী: নৰেন্দ্ৰ মোদী এক নাম হে, জো মীত কা নঈ উড়ান হে,
আপ লগে হো দেশ কো উড়ানে কে লিয়ে, হম ভী আপকে সাথ হে দেশ কো বঢ়ানে কে লিয়ে।
(নৰেন্দ্ৰ মোদী এটা নাম, যি মিত্ৰৰ নতুন উৰণ,
আপুনি লাগি আছে দেশক উৰুৱাবলৈ, আমিও আপোনাৰ লগত আছোঁ দেশক আগবঢ়াবলৈ।)
প্ৰধানমন্ত্ৰী: চাব্বাচ।
প্ৰধানমন্ত্ৰী: আপোনালোকৰ ট্ৰেইনিং হৈ গ’ল?
মেট্ৰো লোকো পাইলট: হয় ছাৰ।
প্ৰধানমন্ত্ৰী: চম্ভালি আছে?
মেট্ৰো লোকো পাইলট: হয় ছাৰ।
প্ৰধানমন্ত্ৰী: আপোনালোকৰ আনন্দ হয়নে এই কামত?
মেট্ৰো লোকো পাইলট: হয় ছাৰ। ছাৰ আমি ভাৰতৰ প্ৰথম (অস্পষ্ট)… ছাৰ যথেষ্ট গৌৰৱ হয় ইয়াৰ বাবে…, ভাল লাগি আছে ছাৰ।
প্ৰধানমন্ত্ৰী: যথেষ্ট মনোযোগ দিবলগীয়া হয় চাগে, আড্ডা মাৰিবলৈ নাপায় চাগে?
মেট্ৰো লোকো পাইলট: নাই ছাৰ, আমাৰ হাতত সময় নাথাকে এনেকুৱা কিবা কৰাৰ… (অস্পষ্ট) এনেকুৱা একো নহয়।
প্ৰধানমন্ত্ৰী: একো নহয়?
মেট্ৰো লোকো পাইলট: হয় ছাৰ…
প্ৰধানমন্ত্ৰী: হৈছে বহুত শুভকামনা আপোনালোক সকলোকে।
মেট্ৰো লোকো পাইলট: ধন্যবাদ ছাৰ।
মেট্ৰো লোকো পাইলট: আপোনাক লগ পাই আমাৰ সকলোৰে বহুত ভাল লাগিল ছাৰ…
**********
MJPS/ST/IG
नमो भारत ट्रेन के साहिबाबाद-अशोक नगर के नए कॉरिडोर में सफर के दौरान मेरे युवा साथियों की अद्भुत प्रतिभा ने नई ऊर्जा से भर दिया। pic.twitter.com/ov7eUOFKpp
— Narendra Modi (@narendramodi) January 5, 2025