প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰযান-২ৰ উৎক্ষেপন উপলক্ষে প্ৰকাশ কৰা বাৰ্তা তলত উল্লেখ কৰা ধৰণৰ—
“আমাৰ গৌৰৱময় ইতিহাসত এয়া এক বিশেষ ক্ষণ হিচাপে পৰিগণিত হৈ ৰ’ব৷ চন্দ্ৰযান-২ৰ উৎক্ষেপনে আমাৰ বৈজ্ঞানিকসকলৰ পৰাক্ৰম আৰু ১৩০কোটি ভাৰতীয়ৰ বিজ্ঞানৰ জৰিয়তে নতুন দিগন্ত স্পৰ্শ কৰাৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰে৷ প্ৰতিগৰাকী ভাৰতীয়ৰ বুকু আজি গৌৰৱত উথলি উঠিছে৷
ভাৰতীয়ৰ বাবে অধিক আনন্দৰ বিষয় যে চন্দ্ৰযান-২ সম্পূৰ্ণৰূপে স্বদেশী অভিযান৷ ইয়াৰ সৈতে আছে এটা অৰ্বিটাৰ আৰু এটা লেণ্ডাৰ-ৰোভাৰ৷
চন্দ্ৰযান-২ একক আৰু অনন্য, কাৰণ ই চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অনুসন্ধান আৰু অধ্যয়ন কৰিব৷ এই অঞ্চলটো ইয়াৰ পূৰ্বৰ অভিযানত উন্মোচিত হোৱা নাই৷ এই অভিযানে চন্দ্ৰৰ বিষয়ে নতুন জ্ঞানৰ সন্ধান দিব৷
চন্দ্ৰযান-২ৰ দৰে অভিযানে আমাৰ যুৱ প্ৰজন্মক বিজ্ঞান, উন্নত মানৰ গৱেষণা আৰু নতুন উদ্ভাৱনৰ প্ৰতি আকৰ্ষিত কৰিব৷ চন্দ্ৰযান-২ৰ জৰিয়তে ভাৰতৰ চন্দ্ৰ অভিযানে পৰ্যাপ্ত উদগণি লাভ কৰিব৷ চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান উল্লেখনীয়ভাৱে বৃদ্ধি পাব৷”
**********
VRRK/AK/SH/MS
Special moments that will be etched in the annals of our glorious history!
— Narendra Modi (@narendramodi) July 22, 2019
The launch of #Chandrayaan2 illustrates the prowess of our scientists and the determination of 130 crore Indians to scale new frontiers of science.
Every Indian is immensely proud today! pic.twitter.com/v1ETFneij0
Indian at heart, Indian in spirit!
— Narendra Modi (@narendramodi) July 22, 2019
What would make every Indian overjoyed is the fact that #Chandrayaan2 is a fully indigenous mission.
It will have an Orbiter for remote sensing the Moon and also a Lander-Rover module for analysis of lunar surface.
#Chandrayaan2 is unique because it will explore and perform studies on the south pole region of lunar terrain which is not explored and sampled by any past mission.
— Narendra Modi (@narendramodi) July 22, 2019
This mission will offer new knowledge about the Moon.
Efforts such as #Chandrayaan2 will further encourage our bright youngsters towards science, top quality research and innovation.
— Narendra Modi (@narendramodi) July 22, 2019
Thanks to Chandrayaan, India’s Lunar Programme will get a substantial boost. Our existing knowledge of the Moon will be significantly enhanced.
भारत के लिए यह एक ऐतिहासिक क्षण है।
— Narendra Modi (@narendramodi) July 22, 2019
चंद्रयान-2 के सफल प्रक्षेपण से आज पूरा देश गौरवान्वित है।
मैंने थोड़ी देर पहले ही इसके लॉन्च में निरंतर तन-मन से जुटे रहे वैज्ञानिकों से बात की और उन्हें पूरे देश की ओर से बधाई दी। #Chandrayaan2 https://t.co/50UodlbH0y