Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চত্তীশগড়ৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে


আজি চত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত কয়ঃ

 

“চত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাই প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@GovernorCG”

*****

MJPS/SR/SB