আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ হৃদয়স্পৰ্শী পৰিবেশনে আমাৰ চহকী আধ্যাত্মিক আৰু সংগীত ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে গভীৰ সন্মান প্ৰদৰ্শনেৰে অগণন হৃদয়ক স্পৰ্শ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্টত উল্লেখ কৰিছে –
“গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত গভীৰভাৱে ব্যথিত হৈছো। গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ হৃদয়স্পৰ্শী পৰিবেশনে আমাৰ চহকী আধ্যাত্মিক আৰু সংগীত ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে গভীৰ সন্মান প্ৰদৰ্শনেৰে অগণন হৃদয়ক স্পৰ্শ কৰিছে। তেওঁক সদায় এজন গুণী সংগীতজ্ঞ আৰু সুৰকাৰ হিচাপে যুগে যুগে স্মৰণ কৰা হ’ব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা। ঔঁম শান্তি। – প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/VJ
Saddened by the passing of Garimella Balakrishna Prasad Garu. His soul-stirring renditions had touched countless hearts, preserving and celebrating our rich spiritual and musical heritage. He will be remembered as a gifted musician and composer. My heartfelt condolences to his…
— PMO India (@PMOIndia) March 10, 2025
గరిమెళ్ళ బాలకృష్ణ ప్రసాద్ గారి మృతి పట్ల చాలా విచారిస్తున్నాను. ఆయన ఆలపించిన తీయని కీర్తనలు గొప్ప ఆధ్యాత్మిక, సంగీత వారసత్వాన్ని కొనసాగిస్తూ అనేకుల హృదయాలను స్పృశించాయి. ఆయన ఒక ప్రతిభావంతుడైన సంగీతకారుడిగా, స్వరకర్తగా మనకి గుర్తుండిపోతారు. ఆయన కుటుంబ సభ్యులకూ,అభిమానులకూ నా ప్రగాఢ…
— PMO India (@PMOIndia) March 10, 2025