Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন কৰে।। এই উন্নয়নমূলক কাম কেৱাড়িয়াত সা-সুবিধা আৰু অধিক বৃদ্ধি কৰিব।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“কেৱাড়িয়াত কেতবোৰ মূল উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰা হৈছে, যিয়ে অঞ্চলটোত সা-সুবিধা আৰু অধিক বৃদ্ধি কৰিব।”

***

MJPS/VJ/MS