প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ অম্বাজীত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁ দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়,
“গুজৰাটৰ অম্বাজীত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি অতিশয় মৰ্মাহত হৈছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পীড়িতসকলক সম্ভাব্য সকলো সাহাৰ্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
***
DS/ST/DB
I am deeply pained by the loss of lives due to a mishap in Ambaji, Gujarat. I wish the injured a quick recovery. All possible assistance is being provided to those affected: PM @narendramodi
— PMO India (@PMOIndia) September 2, 2022