Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুগলৰ চিইঅ’ সুন্দৰ পিচাইক প্ৰধানমন্ত্ৰীৰ সাক্ষা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুগলৰ চিইঅ’ শ্ৰী সুন্দৰ পিচাইক সাক্ষাৎ কৰে আৰু অন্যান্য বিষয়ৰ লগতে উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কে আলোচনা কৰে।

সুন্দৰ পিচাইৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“সুন্দৰ পিচাই আপোনাক লগ পাই আৰু উদ্ভাৱন, প্ৰযুক্তি আৰু অন্যান্য বিষয়ত আলোচনা কৰি আনন্দিত। মানৱীয় সমৃদ্ধি আৰু দীৰ্ঘস্থায়ী বিকাশৰ বাবে প্ৰযুক্তিক ব্যৱহাৰ কৰিবলৈ পৃথিৱীয়ে একেলগে কাম কৰি যোৱাটো গুৰুত্বপূৰ্ণ।”

***

DS/TS