প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত খনি আৰু ৰক ফচফেট আৰু এমঅ’পি খননৰ প্ৰচেষ্টা আৰু জৰ্ডানত ফছফৰিক এচিড/ডিএপি/এনপিকে সাৰৰ উৎপাদন সম্পৰ্কীয় সুবিধা প্ৰসাৰৰ বাবে ভাৰত আৰু জৰ্ডানৰ মাজত এক প্ৰস্তাৱিত দীৰ্ঘম্যাদী বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়।
এই বুজাবুজি চুক্তিয়ে উপযুক্ত দৰত দেশখনৰ চাহিদাৰ ভিত্তিত কেঁচা সামগ্ৰী আৰু সাৰ যোগানৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো সুনিশ্চিত কৰিব।
****
AKT/VBA/DB