Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কোৰিয়া ভ্ৰমণৰ প্ৰাকমুহুৰ্তত প্রধানমন্ত্রীৰ বিবৃতি


 

ৰাষ্ট্রপতি মুন জে ইন আমন্ত্রণ মৰ্মে মই কোৰিয়া ভ্ৰমণলৈ বুলি ওলাইছো। কোৰিয়ালৈ মোৰ এইটো হ’ব দ্বিতীটো ভ্ৰমণ আৰু ৰাষ্ট্রপতি মুনৰ সৈতে এয়া হ’ব দ্বিতীয়টো বৈঠক।

বিগত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্রপতি মুন জে ইন আৰু ফার্স্ট লেড শ্রীমতী কিম ঝাংছ্যু ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য হছিল।

কোৰিয়াক আমাৰ এক গুৰুত্বপূৰ্ণ বন্ধু দেশ হিচাপেই আমি গণ্য কৰো আৰু সেই দেশৰ সৈতে আমার বিশেষ কৌশলগত অংশীদাৰীত্বৰো সম্পর্ক ছে। আন্তর্জাতিক আৰু আঞ্চলিক নিৰাপত্তা বজা খা ক্ষেত্রতো দুয়োখন দেশেই একে পাৰস্পৰিকভাৱে নিজ মতামত বিনিময় কৰি থাকে। দুয়োখন দেশই অর্থনৈতিক আৰু অন্যান্য ক্ষেত্রতো পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰািছে। কোৰিয়া ভা মেক ইন ইণ্ডিয়া’, ‘ষ্টার্ট-আপ ইণ্ডিয়াআৰু ক্লইণ্ডিয়াপ্ৰকল্পৰো গুৰুত্বপূর্ণ অংশীদা দেশ। বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্রতো দুয়োখন দেশ সহযোগিতা অতিকৈ উৎসাহজনক। বিজ্ঞান ক্ষেত্র দুয়োখন দেশৱেষণামূলক কামকাজ প্ৰাথমিক পৰ্যায়ৰ পৰা আধুনিক পর্যায় পর্যন্ত সম্প্রসাৰিত।

 

ভাআৰু কোৰিয়া জনসাধাৰণেও দ্বিপাক্ষিক বন্ধুত্ব সম্পর্ক অতি মজবুত কৰি ৰাখিছে। বিগত নৱেম্বৰত অযোধ্যা আয়োজিত দীপোৎসঅনুষ্ঠানলৈ কোৰিয়া ফাৰ্ষ্ট লেডপঠিওৱাৰ বাবে  ৰাষ্ট্রপতি মুনে গ্ৰহণ কৰা সিদ্ধান্ত আমা মন স্পৰ্শ কৰি গৈছিল।

 

ভাৰতৰ পূৱলৈ চোৱা নীতি আৰু কোৰিয়া নতুন দক্ষিণ নীতিৰ দিশেৰে দুয়োখন দেশ সম্পর্ক গভীতা আৰু বৈচিত্র্য বৃদ্ধি পাইছে। দুয়োখন দেশ জনসাধাৰণৰ সমৃদ্ধি আৰু শান্তি লক্ষ্যৰে ভাআৰু কোৰিয়াৱিষ্যৎ অংশীদাৰিত্ব লক্ষ্যৰে দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিব।

 

কোৰিয়া ভ্ৰমণকালত ৰাষ্ট্রপতি মুন সৈতে বাৰ্তালাপ-আলোচনা আদিৰ উপৰিও মই সে দেশ উদ্যোগপতি, ভাতীয় সম্প্রদায়ৰ লোক আৰু সমাজ সকলোক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতেও সাক্ষাৎ কৰিম

 

এই ভ্ৰমণৰ ফলত দুয়োখন দেশ অংশীদাৰীত্বমূলক সম্পর্ক আৰু শক্তিশালী বুলি আমি বিশ্বাসী আৰু আশাবাদী।

***

AKT/SH/RD