প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সেৱাত কৰ্মৰত চিকিৎসকৰ বাদেও আন চিকিৎসকসকলৰ কাৰ্যকাল ৬৫ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱত তলত দিয়া ধৰণেৰে অনুমোদন জনোৱা হয়ঃ
এই সিদ্ধান্তই ৰোগীক উন্নত সেৱা প্ৰদান, চিকিৎসা মহাবিদ্যালয়ত উন্নত শিক্ষা প্ৰদান তথা ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনিসমূহ ৰূপায়ণত সহায় কৰিব।
ইয়াৰদ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত প্ৰায় ১৪৪৫ জন চিকিৎসক লাভান্বিত হ’ব।
এই সিদ্ধান্তই বহুদিনে খালী হৈ থকা পদসমূহ পূৰণত সহায় কৰিব।
পটভূমিঃ
*****
AKT/VBA/SH/PRK