Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ নিবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে লিখা ‘এক অনিশ্চিত বিশ্বলৈ আশাৰ ৰেঙণি কঢ়িয়াইছে ভাৰতৰ যুৱ প্ৰজন্মই’ শীৰ্ষক এটা নিবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;

‘এক অনিশ্চিত বিশ্বলৈ আশাৰ ৰেঙণি কঢ়িয়াইছে ভাৰতৰ যুৱ প্ৰজন্মই, লিখিছে কেন্দ্ৰীয় মন্ত্ৰী @ianuragthakur…এ আপোনাসৱে পঢ়িব!

https://timesofindia.indiatimes.com/india/speaking-their-mind-green-clean-and-peaceful/articleshow/98670579.cms

নমো এপ্পৰ মাধ্যমেৰে’

*************************

DS/SH/KG