মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Assamese
Bengali
Gujarati
Kannada
Malayalam
Manipuri
Marathi
Odia
Punjabi
Tamil
Telugu
Urdu
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
হ'ম
পি এম ইণ্ডিয়া
বাতৰি সংযোজন
বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত
কেন্দ্ৰীয় কেবিনেটে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত গণৰাজ্যৰ মাজৰ বুজাবুজিৰ চুক্তিত অনুমোদন জনায়
15 Dec, 2023
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে
এক উদ্ভাৱনৰ হেণ্ডশ্বেকৰ জৰিয়তে উদ্ভাৱন পৰিৱেশ তন্ত্ৰ বৃদ্ধিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত গণৰাজ্যৰ মাজত
বুজাবুজি
(
এমঅ
‘
ইউ
)
ৰ খচৰাত অনুমোদন জনায়।
৫ম ভাৰত
–
আমেৰিকা যুক্তৰাষ্ট্ৰ বাণিজ্যিক আলোচনা অনুষ্ঠিত হৈছিল ৮
–
১০ মাৰ্চৰ ভিতৰত আমেৰিকাৰ বাণিজ্য সচিব জিনা ৰাইমণ্ডোৰ ভ্ৰমণৰ সময়ত ২০২৩ চনৰ ১০ মাৰ্চত। বৈঠকত যোগান শৃংখলৰ স্থিতিস্থাপকতা
,
জলবায়ু আৰু স্বচ্ছ প্ৰযুক্তিৰ সহযোগিতা
,
সমাৱেশী ডিজিটেল অৰ্থনীতিৰ উন্নতি
,
আৰু বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ষ্টাৰ্ট
–
আপৰ বাবে মহামাৰীৰ পিছৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সুবিধা প্ৰদানৰ ওপৰত কৌশলগতভাৱে গুৰুত্ব আৰোপ কৰি বাণিজ্যিক আলোচনা পুনৰ আৰম্ভ কৰা হয়। ইয়াৰ ভিতৰত বাণিজ্যিক আলোচনাৰ অধীনত প্ৰতিভা
,
উদ্ভাৱন আৰু সমাৱেশী বৃদ্ধিৰ ওপৰত নতুন কৰ্মগোট
(
টিআইআইজি
)
আৰম্ভ কৰা হৈছিল। মন কৰিবলগীয়া যে এই কৰ্মগোটে আইচিইটিৰ লক্ষ্যৰ দিশত কাম কৰা ষ্টাৰ্ট
–
আপসমূহৰ প্ৰচেষ্টাকো সমৰ্থন কৰিব
,
বিশেষকৈ সহযোগিতাৰ বাবে নিৰ্দিষ্ট নিয়ন্ত্ৰণমূলক বাধাসমূহ চিনাক্ত কৰা আৰু যৌথ কাৰ্যকলাপৰ বাবে নিৰ্দিষ্ট ধাৰণাসমূহৰ জৰিয়তে ষ্টাৰ্ট
–
আপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰসমূহৰ মাজত অধিক সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত।
২০২৩ চনৰ জুন মাহত ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰা যুটীয়া বিবৃতিত দুয়োপক্ষৰ গতিশীল ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰক সংযোগ কৰা
,
সহযোগিতাৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়ন্ত্ৰণমূলক বাধাসমূহ সমাধান কৰা
,
আৰু বিশেষকৈ উদ্ভাৱন আৰু চাকৰি বৃদ্ধিৰ প্ৰসাৰ ঘটোৱা
“
উদ্ভাৱন হেণ্ডশ্বেক
”
স্থাপনৰ কেন্দ্ৰীভূত প্ৰচেষ্টাক জটিল আৰু উদীয়মান প্ৰযুক্তি
(CET)
ত আদৰণি জনোৱা হয়। উদ্ভাৱন হেণ্ডশ্বেকৰ অধীনত সহযোগিতাক আনুষ্ঠানিক কৰি নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ভাৰত আৰু আমেৰিকাৰ মাজত ইনোভেচন হেণ্ডশ্বেক সম্পৰ্কে জি টু জি বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ১৪ নৱেম্বৰ
,
২০২৩ তাৰিখে আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত।
সহযোগিতাৰ এই পৰিসৰত অন্তৰ্ভুক্ত হ
’
ব ভাৰত
–
আমেৰিকা উদ্ভাৱন হেণ্ডশ্বেকৰ ধাৰাবাহিক অনুষ্ঠান
,
ব্যক্তিগত খণ্ডৰ সৈতে ঘূৰণীয়া মেজমেল
,
হেকাথন আৰু
“
মুকলি উদ্ভাৱন
”
কাৰ্যসূচী
,
তথ্য বিনিময় আৰু অন্যান্য কাৰ্যকলাপ আদি। এই বুজাবুজিৰ চুক্তিখনে ২০২৪ চনৰ আৰম্ভণিতে ভাৰত আৰু আমেৰিকাত অনুষ্ঠিত হ
’
বলগীয়া ভৱিষ্যতৰ দুটা উদ্ভাৱন হেণ্ডশ্বেক অনুষ্ঠানৰ ভিত্তি স্থাপন কৰে
,
য
’
ত আমেৰিকা আৰু ভাৰতীয় ষ্টাৰ্টআপ কোম্পানীসমূহক তেওঁলোকৰ উদ্ভাৱনী ধাৰণা আৰু সামগ্ৰীসমূহ বজাৰলৈ লৈ যোৱাত সহায় কৰাৰ লক্ষ্যৰে এটা বিনিয়োগ মঞ্চ আৰু ছিলিকন ভেলীত এটা
“
হেকাথন
”
অন্তৰ্ভুক্ত কৰা হৈছে য
’
ত আমেৰিকা আৰু ভাৰতীয় ষ্টাৰ্টআপে বিশ্ব অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰিবলৈ ধাৰণা আৰু প্ৰযুক্তিসমূহ উপস্থাপন কৰিব।
এই বুজাবুজি চুক্তিয়ে উচ্চ প্ৰযুক্তি খণ্ডত বাণিজ্যিক সুযোগসমূহ যথেষ্ট শক্তিশালী কৰাত অৰিহণা যোগাব।
DS/GS
**********
জনপ্ৰিয় বাতৰি
PM’s interaction with beneficiaries and speech while distribution of property cards under SVAMITVA Scheme
18 Jan, 2025
১০০ বছৰীয়া জন্ম জয়ন্তীত কিংবদন্তী কণ্ঠশিল্পী মহম্মদ ৰফীক স্মৰণ প্ৰধানমন্ত্ৰীৰ
24 Dec, 2024
PM’s address at the inauguration and launch of multiple development projects in Prayagraj
13 Dec, 2024
নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
06 Dec, 2024
এছিয়ান চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে পুৰুষ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
17 Sep, 2024
শেহতীয়া বাতৰি
পুতলা নিৰ্মাণ খণ্ডত আমাৰ অগ্ৰগতিয়ে আত্মনিৰ্ভৰতাৰ প্ৰয়াস ত্বৰান্বিত কৰাৰ লগতে পৰম্পৰা আৰু উদ্যমক জনপ্ৰিয় কৰিছেঃ প্ৰধানমন্ত্ৰী
20 Jan, 2025
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ প্ৰতিষ্ঠা দিৱসত বীৰ জোৱানসকলক প্ৰণাম জনায়
19 Jan, 2025
১৯.০১.২০২৫ত ‘মন কী বাত’ৰ ১১৮তম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
19 Jan, 2025
গ্ৰাম্য ভূমি ডিজিটেলাইজেশ্যনে প্ৰযুক্তি আৰু সুশাসনৰ শক্তিৰ সহায় লৈ গ্ৰাম্য সবলীকৰণক আগুৱাই লৈ গৈছেঃ প্ৰধানমন্ত্ৰী
18 Jan, 2025
প্ৰধানমন্ত্ৰীয়ে ৰূপান্তৰশীল স্বামিত্ব আঁচনি সন্দৰ্ভত এটি তথ্যসমৃদ্ধ থ্ৰেড শ্বেয়াৰ কৰিছে
18 Jan, 2025