Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কুলদীপ নায়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুলদীপ নায়াৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কুলদীপ নায়াৰ আমাৰ সময়ছোৱাৰ এগৰাকী বৌদ্ধিক দিগ্গজ আছিল। স্পষ্ট আৰু নিৰ্ভীক মতৰ সমান্তৰালভাৱে তেওঁ কাম-কাজ কেইবা দশক জুৰি বিস্তাৰিত  হৈছিল। জৰুৰী অৱস্থাৰ বিৰুদ্ধে তেওঁৰ শক্তিশালী স্থিতি, জনসেৱা আৰু এখন উন্নত ভাৰতৰ বাবে তেওঁৰ প্ৰতিশ্ৰুতিক দেশবাসীয়ে সদায় মনত ৰাখিব। তেওঁৰ মৃত্যুত দুঃখিত হৈছো। মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

***

AKT/SH/DB