Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কুনোৰ চিতাবাঘকেইটাৰ বতৰা দিলে প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তথ্য সদৰী কৰি কয় যে বিধিসন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বৃহত্ পৰিসৰত বিচৰণৰ বাবে দুটা চিতাবাঘ মুকলি কৰি দিয়া হৈছে।

এই সন্দৰ্ভত শ্ৰী মোদীয়ে টুইট কৰে:

“সুন্দৰ খবৰ! মোক কোৱা হৈছে যে বিধি সন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বিস্তৃৰ্ণ পৰিসৰত বিচৰণ কৰিব পৰাকৈ ইতিমধ্যে ২টা চিতাবাঘ মুকলি কৰি দিয়া হৈছে। দলটোৰ আনকেইটা বাঘকো অচিৰেই মোকলাই দিয়া হ’ব। আটোইকেইটা চিতাবাঘেই সুস্থ, সক্ৰিয়া হৈ থকাৰ লগতে নতুন পৰিৱেশৰ সৈতে সুন্দৰকৈ মিলি যাব পৰা দেখি মোৰ ভাল লাগিছে”।