Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাৰ্গিল বিজয় দিৱসত সশস্ত্ৰ বাহিনীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্গিল বিজয় দিৱস উপলক্ষ্যে সশস্ত্ৰ বাহিনীলৈ শ্ৰদ্ধা নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোডীয়ে কয়-‘কাৰ্গিল বিজয় দিৱসত আমি আমাৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু সংকল্পৰ কথা স্মৰণ কৰিছোঁ, যিসকলে ১৯৯৯চনত অবিচলভাৱে আমাৰ জাতিক ৰক্ষা কৰিছিল। তেওঁলোকৰ বীৰত্বই প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰিব।’

***

VRRK/SH/KG