প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘কাশী স্তুতি’ শীৰ্ষক নতুন গীতৰ বাবে বিশিষ্ট গায়ক কৈলাস খেৰক প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে অজৰ-অমৰ আৰু অক্ষয় কাশীৰ মহিমাকো প্ৰণাম জনাই কয় যে ভক্তিপূৰ্ণ এই গীতটিৰ উপস্থাপন অতি মনোমোহা।
কৈলাস খেৰৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰী টুইটত কয়;
“অজৰ-অমৰ-অবিনাশী কাশীৰ মহিমাক বাৰম্বাৰ প্ৰণিপাত জনাইছো। ভক্তিপূৰ্ণ আপোনাৰ গীতটিৰ উপস্থাপন অতি মনোমোহা।
জয় বাবা বিশ্বনাথ।”
अजर-अमर-अविनाशी काशी की महिमा को बारंबार प्रणाम! भक्ति भाव से भरी आपकी ये प्रस्तुति मन को मोह लेने वाली है।
जय बाबा विश्वनाथ! https://t.co/9ehTylH0N9
— Narendra Modi (@narendramodi) December 10, 2023
***
DS/ST/DB
अजर-अमर-अविनाशी काशी की महिमा को बारंबार प्रणाम! भक्ति भाव से भरी आपकी ये प्रस्तुति मन को मोह लेने वाली है।
— Narendra Modi (@narendramodi) December 10, 2023
जय बाबा विश्वनाथ! https://t.co/9ehTylH0N9